কলম ৰোপণ (Assamese) [ Roman: ko.lom ro`.pon]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2026-09-06
1. Agriculture(Verbal Noun) a horticultural technique that joins two plant parts to grow as a single plant, combining the strengths of both the rootstock and scion দুটা উদ্ভিদৰ অংশক সংযুক্ত কৰি একেটা উদ্ভিদ হিচাপে বৃদ্ধি কৰোৱা, য’ত ৰুটষ্টক বা মূলকাণ্ড আৰু স্কিয়ন বা কুঁহিপাতযুক্ত অংশ - দুয়োটাৰে গুণ-শক্তিৰ সমন্বয় ঘটে—এয়া হৈছে উদ্যানবিজ্ঞানৰ এক কৌশল